দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ ২০২১-২২ শিক্ষাবৰ্ষ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ১৩ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । উপসভাপতিপদত মৃগাংক চলিহা,সাধাৰণ সম্পাদক পদত হিমান জ্যোতি শৰ্মা,খেল বিভাগৰ সাধাৰণ সম্পাদক বিশাল বৰুৱা সহঃ সম্পাদক জ্যোতিময় চহৰীয়া ,সাংস্কৃতিক বিভাগৰ সাধাৰণ সম্পাদক চয়নিকা ডেকা সহঃ সম্পাদক ৰফিকুদ্দিন আহমেদ আলোচনী বিভাগৰ সাধাৰণ সম্পাদক ভাৰ্গৱ জ্যোতি নাথ সহঃ সম্পাদক চালমা শ্বাহনাজ সাহিত্য বিভাগৰ সাধাৰণ সম্পাদক কাব্যশ্ৰী চহৰীয়া সহঃসম্পাদক ৰেহেনা আখতাৰ বেগম সমাজসেৱা বিভাগৰ সম্পাদক ধ্ৰুৱজ্যোতি ৰাজবংশী,ছাত্র জিৰণি চ’ৰা সম্পাদক প্ৰণৱ ডেকা,ছাত্রী জিৰণি চ’ৰা সম্পাদিকা ৰূপশিখা কলিতাক আজি দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাই আদৰণি জনাই । আদৰণি কাৰ্যসূচীত উপস্থিত থাকে দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ উপসভাপতি চিন্টু নাথ,সহঃ সাধাৰণ সম্পাদক কুৰ্নাল শৰ্মা,সাংগঠনিক সম্পাদক জিতুল দাস আৰু অপূৰ্ব শৰ্মাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…