অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত নৱ নিৰ্মীয়মান ৪৮ খন বিছনা যুক্ত আই চি ও(ICU)চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকল আৰু চিকিৎসসকলৰ লগত মত-বিনিময় কৰে। লগতে বড়িগোগ গাঁও পঞ্চায়তৰ অন্তৰ্গত কনিহাৰ উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ত কেবিনেট মন্ত্ৰী অতুল বৰাৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ জৰিয়তে চলি থকা এফ পি চি(FPC) প্ৰকল্প টোৰ কাম-কাজৰ বুজ লয় আৰু প্ৰতিষ্ঠানটোৰ কামত ব্যৱহাৰ হোৱা যন্ত্ৰ পাতি সমূহ পৰিদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া তথা কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰি কৃষিজাত সামগ্ৰীসমূহৰ বুজ লয়। এই সময়চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে মহকুমাধিপতি স্বপ্নীল পাল(আইএএছ) আৰু প্ৰশাসনৰ বিষয়ববীয়া সকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…