ওৰাঙৰ সমীপৰ আমতল ভেৰগাঁৱৰ ঐতিহাসিক শ্রী শ্ৰী মহামুনি মন্দিৰ প্ৰাংগনত ৩জানুৱাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পাচনৈ আঞ্চলিক সমিতিৰ পুৰনা সমিতিক ভংগ কৰি নতুন পূৰ্ণাঙ্গ সমিতি এখনৰ গঠন কৰা হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সহায়ত তিলক বজগাইদেবক সভাপতি আৰু ওম প্ৰকাশ অধিকাৰীক সাধাৰন সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে উক্ত সভাখনত শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক কিৰন খৰ্কা,সহকাৰী সম্পাদক ৰজত ভৰদ্বাজ,সাংগঠনিক সম্পাদক নাৰায়ন খৰ্কা, বৰচলা আৰু ঠেলামৰা আঞ্চলিকৰ বিষয় ববীয়াৰ লগতে পাচনৈ আঞ্চলিকৰ প্ৰাক্তন বিষয় ববীয়া নেত্ৰ কটেল, প্ৰনব জ্যোতি চুবেদি, যুৱৰাজ ছেত্ৰী আৰু শিবু অধিকাৰিও উপস্থিত আছিল। শিবু অধিকাৰিয়ে আঁত ধৰা উক্ত সভাত জিলা পদাধিকাৰী সকলৰ লগতে প্ৰাক্তন গোৰ্খা ছাত্ৰ সন্থাৰ বহু কেইজন কৰ্মীক একোখনকৈ খদায়ে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নেত্ৰ কটেলে স্ব ৰচিত গীত এটি গাই সকলোকে মুগ্ধ কৰে। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক কিৰন খৰ্কাৰ লগতে উপস্থিত বহু ছাত্ৰ নেতাই সভাত বক্তব্য ৰাখে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা