Breaking

উৰুকাৰ উপহাৰ হিচাপে মুখ্যমন্ত্ৰীলৈ ১০ কেজি ওজনৰ চিতল

0 2,060

উৰুকাৰ প্ৰাকক্ষণত বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিল’গ্ৰাম ওজনৰ এটা চিতল মাছ উপহাৰ মুখ্যমন্ত্ৰীলৈ। উপহাৰ লাভ কৰি নথৈ আনন্দিত আৰু আপ্লুত হৈছে মুখ্যমন্ত্ৰীগৰাকী।

“জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব।” উপহাৰ লাভ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য।

Leave A Reply