ভোগালী বিহুৰ প্ৰাকক্ষনত বৰপেটা আবকাৰী বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চুলাই সহ দুজনক আটক কৰিবলৈ সক্ষম হয়। এক গোপনসুত্ৰৰ পমখেদি বৰপেটা আবকাৰী বিভাগে AS15 AC 0833 নম্বৰৰ এখন টেম্পোৰে নগাওৰ পৰা জনীয়ালৈ লৈ যোৱা অৱস্থাত বৰপেটাৰ যতিগাওত চুলাইখিনি জব্দ কৰে ৷এই অভিযানত প্ৰায় ৩ শ লিটাৰ চুলাইসহ দিলীপ মণ্ডল আৰু ছফি দাসক আটক কৰাৰ লগতে টেম্পোখনো জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে।চুলাই সৰবৰাহ সংক্ৰান্তত আবকাৰী বিভাগে এটা গোচৰ ৰুজু কৰি দিলীপ মণ্ডল আৰু ছফি দাসক ন্যায়ালয়ত হাজিৰ কৰোৱা হব বুলি আবকাৰী বিষয়া প্ৰশান্ত পাঠকে জানিবলৈ দিয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…