January 17, 2022 ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা অসমৰ যুদ্ধ Share FacebookTwitterWhatsAppTelegramKooEmail কাৰ্বিয়াংলং আৰক্ষীয়ে আজি পুৱা খাটখাটিত ১.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে চুবুৰীয়া ৰাজ্যৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।কাৰ্বিয়াংলং আৰক্ষীৰ এটা দলে এটা সূত্ৰ অনুসৰণ কৰি সেই অপৰাধীসকলক ধৰা পেলায় । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026