February 8, 2022 #BREAKING দৰঙৰ হুছেইনচুবুৰীত দুষ্প্ৰাপ্য শগুণৰ মৃত্যু Share FacebookTwitterWhatsAppTelegramKooEmail দৰঙৰ হুছেইনচুবুৰীত দুষ্প্ৰাপ্য শগুণৰ মৃত্যু ৷ সুতী নদীৰ পাৰৰ পথাৰত ৪ টা শগুণৰ মৃত্যু ৷ ৯ টা সংকটজনক অৱস্থাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ কাৰণ জানিব পৰা হোৱা নাই ৷ Author: দৈনন্দিন বাৰ্তা Related Articles নৱম হিৰজ আন্তৰ্জাতিক টাইকোৱান্দু চেম্পিয়নচিপত ৪৬-৪৯ কেজি শাখাত সোণৰ পদক লাভ প্ৰয়াসী ভূঞাৰ দৈনন্দিন বাৰ্তা - August 3, 2026 কটন বিশ্ববিদ্যালয় আৰু কাগাৱা বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক শৈক্ষিক বিনিময় চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - August 3, 2026 সমাপ্ত হ’ল গ্লাছগ’ কমনৱেলথ গেমছঃ ২০৩০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব গুজৰাটৰ আহমেদাবাদত দৈনন্দিন বাৰ্তা - August 3, 2026