February 11, 2022 শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা আৰু নাই। কিছুদিন অসুস্থ হৈ আছিল শৰ্মা। দীৰ্ঘসময় ধৰি কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত আছিল তেওঁ। শৰ্মাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ। জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026 প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে দৈনন্দিন বাৰ্তা - June 19, 2026