হাতীগাঁৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱৰাজ ছেত্ৰী আৰু বিকি কুণ্ডুক
বুধবাৰে সিজুবাৰীত উদ্ধাৰ হৈছিল ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ
ঘটনাৰ সন্দৰ্ভত ৩ গৰাকীৰ যুৱতীৰ সন্ধানত আৰক্ষী অভিযান অব্যাহত
হোটেল পেৰাডাইছ ইনত যুৱকজনৰ মৃত্যু হৈছিল

