মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান

মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান।লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই লাহৰীঘাটৰ দাঁতিয়ালবৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।আৰক্ষীয়ে অভিযানত নগাঁও হাটপাৰাৰ জেহিৰুল ইছলাম আৰু নগাঁও বৰতল কচাৰিগাঁৱৰ অনিৰুল ইছলাম, চেলিমা খাতুন নামৰ লোক কেইজনক আটক কৰে।ড্ৰাগছখিনিৰ ব্যক্তি কেইজনে AS02CC0989 নম্বৰ টাটা মোবাইল গাড়ীৰে কঢ়িয়াই আনোতে আৰক্ষীয়ে হাতেলোটে জব্দ কৰে।

আৰক্ষীয়ে ২৮ তা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ৩৯০ গ্ৰাম ইয়াৰ মূল্য 3 কোটি বুলি আৰক্ষীয়ে জানিব দিয়ে ।

Related Articles