আৰক্ষীৰ গুলিয়ে ৰোধিব পৰা নাই ড্ৰাগছ সৰ্বৰাহকাৰীক। মৰিগাঁও আৰক্ষীৰ পুনৰ ড্ৰাগছ জব্দ

আৰক্ষীৰ গুলিয়ে ৰোধিব পৰা নাই ড্ৰাগছ সৰ্বৰাহকাৰীক। মৰিগাঁও আৰক্ষীৰ পুনৰ ড্ৰাগছ জব্দ।মৰিগাঁও চহৰৰ মাজ মজিয়াত জব্দ ১৮ তা ড্ৰাগছ ভৰ্তি কন্টেনাৰ।জাগীৰোডৰ মহিজুৰ ইছলাম নামৰ ব্যক্তি জনে বৰচলাৰ পৰা জাগীৰোডৰ চেনিমাৰীলৈ বুলি কঢ়িয়াই আনোতে ড্ৰাগছসহ হাতেলুতে জব্দ মৰিগাঁও আৰক্ষীৰ।


বৃহস্পতি বাৰৰ নিশা মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছ সৰ্বৰাহকৰিক গুলিয়াইছিল যদিও আৰক্ষীক যেন কেৰেপেই নকৰে ড্ৰাগছ সৰবৰাহীয়ে।

Related Articles