Breaking

ৰঙালী বিহুৰ লগত সংগতি ৰাখি মৰিগাঁও বিহুতলীত চিত্র কৰ্মশালা

0 1,110

ৰঙালী বিহুৰ লগত সংগতি ৰাখি মৰিগাঁও বিহুতলীত দেখা গল চিত্র কৰ্মশালা ।ব’হাগ বিহুৰ উপলক্ষে মৰিগাঁও সদৰ বিহুতলীত দুদিনীয়াকৈ অনুস্থিত কৰা মুকলি বিহুৰ আজি দ্বিতীয়টো দিন ।আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি আজি ৰং পৰিয়ালৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলী প্ৰাংগনত অনুস্থিত কৰা হয় এখনি চিত্রাংকন কৰ্মশালা।

উক্ত চিত্রাংকন কৰ্মশালা খন উদ্বোধন কৰে বিশিষ্ট চিত্রশিল্পী জ্যোতিপ্ৰসাদ মহন্তই লগতে চিত্ৰ কৰ্মশালা খনত মৰিগাঁৱৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা চিত্রশিল্পী সকলে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়।

Leave A Reply