May 19, 2022 মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা Share FacebookXWhatsAppTelegramKooEmail বৃহস্পতি বাৰে মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা। বাইকৰ খুণ্ডাত থিতাতে নিহত এগৰাকী মহিলা । বৰপথাৰ গাঁৱৰ নিহত মহিলা গৰাকীৰ নাম আয়েছা ( ৪০) ছাত্তাৰ আলী নামৰ লোক জনে ঘটনা সংঘটিত কৰি বাইক সহ পলায়ন কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles দুৰ্গাপূজাৰ সময়ছোৱাত গুৱাহাটীত এইবাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা দৈনন্দিন বাৰ্তা - October 22, 2026 প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰত আৰক্ষী স্মৃতি দিৱস পালন দৈনন্দিন বাৰ্তা - October 21, 2026 শিৱসাগৰ নগৰৰ মুঠ ২৪খন মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হয় দিখৌ নদীৰ থানা ঘাটত দৈনন্দিন বাৰ্তা - October 21, 2026