শিৱসাগৰ শিৱসাগৰৰ অন্যতম ক্ৰীড়া অনুষ্ঠান ফিনিক্স ক্ৰিকেট কচিং ক্লাবে দেওবাৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ সকলো সদস্য তথা প্ৰশিক্ষাৰ্থীসকলে নিজাববীয়া কৈ অৰ্থ সংগ্ৰহ কৰি চেণ্টাৰৰ প্ৰশিক্ষক পবিত্ৰ দত্তৰ উদ্যোগত দেওবাৰে শিৱসাগৰৰ মেটেকা অঞ্চলৰ প্ৰায় ২৫ টা দিন হাজিৰা কৰা তথা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, চাবোন, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। লকডাউনৰ সময়ত ফিনিক্স ক্ৰিকেট কচিং ক্লাবে কেৱল খেলৰ লগতে জড়িত নহৈ আৰ্তজনক সহায় আগবঢ়োৱা কাৰ্যক শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…