যোৰহাট ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক আদেশ যোগে জিলাখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে এই সান্ধ্য আইন বলবৎ থাকিব৷ অৱশ্যে এই আদেশৰ পৰা স্বাস্থ্য সেৱা, আৰক্ষী, অগ্নিনিৰ্বাপক, জৰুৰীকালীন সেৱাত জড়িত টেলিকম সেৱা, বিদ্যুৎ সেৱা আদিক ৰেহাই দিয়া হৈছে৷ এই সেৱা জিলাখনত তৎকালে বলবৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব বুলি যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়ে জনাইছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মাধৱদেৱ বিশ্ববিদ্যালয়ত জোনমণি বৰাৰ উপন্যাস ‘অৱগুন্থন’ উন্মোচন…
- গ্ৰীষ্মকালত এই ৩টা ফল খালে মেদবহুলতা আৰু ছালৰ সমস্যা দূৰ হ’ব…
- টেঙাখাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য…
- প্ৰকৃতিৰ তাণ্ডৱ! বজ্রপাতত নলবাৰীত বিস্তৰ ক্ষতি সাধন…
- মাজগাঁওত ভয়ানক অগ্নিকাণ্ড ! ঘটনাস্থলী পৰিদৰ্শন ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ…
- চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত সামগ্রী বিতৰণ…
- চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ’ৰ ! পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ কৌশল…
- চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত গোচৰ…
- শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ…
- দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড! মোবাইল ফোনসহ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে…