AS28-0663 নম্বৰৰ SSB গাড়ীখনে গুৱাবাৰীৰ পৰা নাগ্ৰীজুলি অভিমুখে আহি থকা অৱস্থাত মহতিয়াই নিয়ে বাহন সমূহক। কোনো মতে প্ৰাণ ৰক্ষা পৰে ওচৰতে থকা লোক সকলৰ। ঘটনাত কোনো লোকে আঘাতপ্ৰাপ্ত হোৱা নাই যদিও ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় ৫ খনকৈ মটৰচাইকেল।

ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পথচাৰীসকলৰ। দুৰ্ঘটনা সংঘটিত কৰাৰ অন্তত স্থানীয় লোকৰ সৈতেও তৰ্কত লিপ্ত হোৱাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈছে নাগ্ৰীজুলি আৰক্ষীৰ দল

