গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে ন্যায়াধীশ লানুছুংকুম জামিৰৰ শপত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে ন্যায়াধীশ লানুছুংকুম জামিৰৰ শপত।
১০ জুনজ্ঞ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ লানুছুংকুম জামিৰে শপত গ্ৰহণ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়ালয়ৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ পূৰ্বে ন্যায়াধীশ লানুছুংকুম জামিৰে মণিপুৰৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Related Articles