দেৰগাঁৱৰ চকলাঘাট দলংৰ তলত লাগি তথা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ। মৃতদেহটো দেৰগাঁৱৰ বাঁহবাৰী গাঁৱৰ সন্ধানহীন হৈ থকা যুৱক অৰূপ জ্যোতি দাস ওৰফে অংকিতৰ বুলি চিনাক্তকৰণ হৈছে। উল্লেখযোগ্য যে যুৱকজন যোৱা ৯ জুনত বিয়লি ফুৰিবলৈ যাঁও বুলি ওলায় যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ।
ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যেই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

