মানকাচৰৰ বানাক্ৰান্ত শিৱিৰত বিধায়কৰ উপস্থিতিত জিলা প্ৰশাসনৰ সাহাৰ্য বিতৰণ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ ৰ ওচমানীয়া এল পি স্কুলত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক বিধায়ক আমিনুল ইচলামৰ উপস্থিতিত জিলা প্ৰশাসনৰ দ্বাৰা বান সাহাৰ্য বিতৰণ কৰা পৰিলক্ষিত হয়। উক্ত অস্থায়ী শিৱিৰৰ বানাক্ৰান্ত পৰিয়ালৰ সৈতে বিধায়ক আমিনুল ইচলামৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মানকাচৰ চক্ৰ বিষয়াই মত বিনিময় কৰি তেওঁলোকৰ দুখ – দূৰ্দশাৰ বুজ লয় ।

]

আৰু আগলৈ বানাক্ৰান্ত ৰাইজক যিমান পাৰে ,সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

Related Articles