বানাক্ৰান্তলৈ নাগ্ৰীজুলি চাহ বাগানৰ খাদ্য সামগ্ৰী বিতৰণ

বিগত বানত তামুলপুৰ জিলাৰ বিভিন্ন ঠাইৰ লগতে নাগ্ৰীজুলিৰ নিকটৱৰ্তী বেটাগাঁও লতিবাৰী,১ নং শুৱাগপুৰ,মলাবাৰী, আদি ঠাই সমূহৰ জনসাধাৰণ প্ৰভুত ক্ষতিসাধন হৈছিল। বহু লোক আনকি গৃহহীন হৈ আশ্ৰয় শিৱিৰত থাকিব লগীয়া হৈছিল।

এনে কিছু পৰিয়ালক সকাহ দিবৰ বাবে কিছু পৰিমাণে খাদ্যসামগ্ৰী বিতৰণ কৰে।

Related Articles