মৈৰাবাৰীৰ সাংস্কৃতিক প্ৰেমী শৈক্ষিক সমাজৰ বাবে সুখবৰ

মৈৰাবাৰীৰ সাংস্কৃতি প্ৰেমী শৈক্ষিক সমাজৰ বাবে সুখবৰ।মৈৰাবাৰীৰ সাংস্কৃতিক ক্ষেত্ৰত আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলৰ বাবে সু-সংবাদ।মৈৰাবাৰী প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত ৰিয়েল ডান্স এণ্ড কালচাৰ নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ উদ্ধোধন কৰা হৈছে।

অসমৰ উচ্চমানদন্ডৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হব উক্ত অনুষ্ঠানটোত।ইচ্ছুক অভিভাৱক সকলে নিজৰ সন্তানক MODERN DANCHE, CLASSICAL DANCE, SEMI CLASSICAL, BIHU DANCE, ACTING, DRAWING, SIGNING আদি শিকাৰ বাবে ভৰ্তি কৰিব পাৰিব।ভৰ্তিৰ নিম্নতম বয়স পাঁচ বছৰ।

ৰিয়েল ডান্স এণ্ড কালচাৰ ত নামভৰ্তিৰ বাবে -ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলে মৈৰাবাৰী প্ৰেছ ক্লাৱৰ কাৰ্য্যলয়অথবা- 9707102147 নম্বৰত যোগাযোগ কৰিব পাৰিব।।


মৈৰাবাৰী পৰা বদৰুজ জামান আকতাৰ

Related Articles