অৱশেষত গোলাঘাটৰ জেলৰ পৰাই পৰীক্ষাত অৱৰ্ত্তীণ হ’ব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

অৱশেষত গোলাঘাটৰ জেলৰ পৰাই পৰীক্ষাত অৱৰ্ত্তীণ হ’ব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ এটা সুকীয়া কক্ষত বৰ্ষাশ্ৰীয়ে পৰীক্ষাত অৱৰ্ত্তীণ হোৱাৰ লগতে পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্বত থাকিব অতিৰিক্ত উপায়ুক্ত অম্লান ফুকন ৷

শুক্ৰবাৰে গোলাঘাটৰ জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত সম্পূৰ্ণ কতৃত্ব DCB মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীৰ ওপৰত ন্যস্ত কৰাত জেলৰ ভিতৰতে পৰীক্ষাত অৱৰ্ত্তীণ হোৱাৰ বাবে সম্পূৰ্ণ হৈ উঠিছে ৷ কিছুমুহূৰ্তৰ পিছতেই যোৰহাটৰ পৰীক্ষা কেন্দ্ৰৰ পৰাই পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰবহী গোলাঘাট জেলত পাবহি

Related Articles