July 20, 2022 অসুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ Share FacebookTwitterWhatsAppTelegramKooEmail অসুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক। বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে । সামাজিক মাধ্যমত এই খৱৰ বিয়পি পৰিছে । আনুৰাগীৰ মাজত চলিছে চৰ্চা । Author: দৈনন্দিন বাৰ্তা Related Articles এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হাতত পৰাস্ত পাকিস্তান দৈনন্দিন বাৰ্তা - September 6, 2026 অসমত মাখনা খেতিৰ অপাৰ সম্ভাৱনা : মন্ত্ৰী পীয়ুষ হাজৰিকা, ক্ষেত্ৰীৰ বামফৰস্থিত “অসম মাখনা উদ্যোগ” পৰিদৰ্শন দৈনন্দিন বাৰ্তা - September 6, 2026 ৰাজ্যৰ ভিতৰতে বয়োজেষ্ঠ অৱসৰী কৃতি শিক্ষকক সম্বৰ্দ্ধনা ৰাজ্যপালৰ দৈনন্দিন বাৰ্তা - September 5, 2026