‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা ভূঁই ৰোৱা আৰু জাতীয় পতাকা বিতৰণ…

আজাদী কি অমৃত মহোৎসৱৰ উপলক্ষে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা ভূঁই ৰোৱা আৰু জাতীয় পাতাকা বিতৰণ কাৰ্যসূচী ৰূপায়ণ৷ ডিগবৈ ৩ নং বৰবিল পথাৰত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে ভূঁই ৰোৱে ।

নৱ প্ৰজন্মৰ মাজত কৃষিক জনপ্ৰিয় আৰু সন্মানজনক বৃত্তি হিচাপে গঢ় দিয়াৰ লগতে ব্যৱসায়ীক ভিত্তিত গঢ়ি তুলিবলৈ এক পদক্ষেপ গ্ৰহণ কৰে ৷

উন্নত ভাৰত অভিযানৰ উদ্যোগত মহাবিদ্যালয়খনৰ IQAC ,NSS UNIT , NCC WINGS আৰু মহিলা কোষেৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীত তিনিচুকীয়া জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ দুগৰাকী সমল ব্যক্তি গায়ত্ৰী দেউৰী আৰু প্ৰিয়ংকা অমংৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীই ভাগ লয় ।

Related Articles