কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ আজি ধুবুৰী জিলা কমিটি খন পুনৰ গঠন কৰা হয়।সভাখনত সভাপতি হিচাবে নিখিল ৰায়ক আৰু সম্পাদক হিচাপে যাদৱ চন্দ্ৰ ৰায়ক সম্পাদক হিচাবে লৈ তেৰজনীয়া কাৰ্যকৰী কমিটি খন গঠন কৰা হয়।
সভা শেষত,নৱ নিৰ্বাচিত সভাপতি নিখিল ৰায়ে মন্ত্ৰী ফনীভুষণক ধুবুৰীত প্ৰবেশ নিষিদ্ধ ঘোষণা কৰে।কমতাপুৰ ৰাজ্য গঠনৰ পূৰ্বে অসমক ভাগ ভাগ কৰিবলৈ দিয়া নহব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত ধুবুৰীত মন্ত্ৰী গৰাকীৰ প্ৰবেশ নিষিদ্ধ ঘোষণা কৰ ধুবুৰী জিলা K.P.P. ৰ নৱ নিৰ্বাচিত সভাপতি নিখিল ৰায়ে।
অহা ১২ছেপ্টেম্বৰত পৃথক কমতাপুৰ পৃথক ৰাজ্য গঠনৰ দাবীত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে ধুবুৰীত বিশাল ৰেলী উলিয়াব বুলি ঘোষণা কৰে ।

