কৰম পূজা বুলি চৰকাৰে বন্ধ ঘোষণা কৰিলেও কাম চলিল বাগানত …

কৰম পূজা উপলক্ষে চৰকাৰে ঘোষণা কৰা বন্ধক এচাম চাহ বাগিচাৰ কোম্পানী আৰু মালিক পক্ষ্যয় বুড়া আঙুলি ৷অসম চৰকাৰে কৰম পূজা উপলক্ষে বন্ধ ঘোষণা কৰা চৰ্ত্ততো এচাম চাহ বাগিছাৰ কোম্পানী তথা মালিক পক্ষ্যয়ে শ্ৰমিয়কক কাম কৰা পৰিলক্ষিত হয় । ৰজাআলি চাহ বাগিচা , দিৰিয়াল চাহ বাগিছা কে আদি কৰি কেবাখনো চাহ বাগিছাত চৰকাৰৰ নিদেষনা অমান্য কৰি শ্ৰমিক কাম কৰা পৰিলক্ষিত হয় ৷

এই দেখি আটছা লগতে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে ৷ চৰকাৰে বন্ধ ঘোষণা কৰা চৰ্ত্তেও এছাম কোম্পানী তথা মালিক পক্ষে কিয় চৰকাৰৰ নিৰ্দেশ অমান্য কৰিছে তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ৰ ?

চৰকাৰে এই বিলাক চাহ-বাগিছা কোম্পানী তথা মালিকক নাকি লগাব পৰিবনে তাক লৈ শ্ৰমিক তথা সচেতন মহল চিন্তিত ৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ ৰিপৰ্ট

Related Articles