মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণুজ পেগুৱে।শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী। ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে নৱনিযুক্ত উপাচাৰ্যগৰাকীক শপতবাক্য পাঠ কৰোৱাই। উক্ত অনুষ্ঠানত উপস্থিত থাকি অতন্ত্য সুখী বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।


