নোৰা ফাতেহী বৰ্তমান বহুতৰে ক্ৰাছ । সামাজিক মাধ্যমত বহুতে তেওঁক ফ্ল কৰে ।
ইনষ্টাগ্ৰাম ফেচবুকত লাখ লাখ অনুৰাগী।
কিন্তু হঠাৎ নোৰা ফাতেহীৰ পুৰণি ফটো সমূহ ভাইৰেল হোৱাত সকলোৱে আচৰিত হৈ গ’ল ।
বহুতে কমেণ্ট কৰিলে এই গৰাকী মোৰ ক্ৰাছ হ’ব নোৱাৰে । ইমান ক্ষীণ ।
অলপো মিল নাই বৰ্তমানৰ নোৰাৰ চেহেৰাৰ লগত ।