Breaking

বিধায়ক অতুল বৰাৰ পুত্ৰৰ আগমন ৰাজনীতিত…

0 80

লোকসভাৰ নিৰ্বাচনত এইবাৰ বিজেপিৰ টিকট লৈ নিৰ্বাচনৰ ৰণত নামিব অমিতাভ বৰা। ৰাজনীতিত একেবাৰে নতুন হলেও ঘৰত আছে এটা ৰাজনৈতিক পৰিবেশ হয়। অমিতাভ বৰাৰ পিতৃ দিছপুৰৰ বিধায়ক অতুল বৰা। হাতীগড়ত এক সংবাদমেলৰ আয়োজন কৰি অমিতাভ বৰাই আগন্তক লোকসভাৰ নিৰ্বাচনত এপাক যুঁজ দিয়াৰ মন মেলিছে।

পিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই গুজৰাটৰ নিৰ্বাচনত বিধায়ক মন্ত্ৰীৰ আত্মীয়ক প্ৰদান কৰা নাই টিকট। এই নীতি অসমতো বাহাল কৰিলে অমিতাভ বৰাৰ সপোন পূৰণ হোৱাত বাধা আহি পৰা নিশ্চিত। অগপৰ পৰা বিজেপিলৈ আগমন হোৱা অতুল বৰাইও এই পৰ্যন্ত পোৱা নাই মন্ত্ৰীৰ সোৱাদ।

এতিয়া মাথো অপেক্ষা। সময়ত পুত্ৰক কেনেদৰে ৰাজনৈতিক জগতখনত পুত্ৰক প্ৰক্ষেপ কৰে সেয়া সময়ত পোহৰলৈ আহিব।

Leave A Reply