ডিব্ৰুগড়ত পৌৰ কৰ্মচাৰীৰ তিনি দিনীয়া ধৰ্মঘট পালন

ডিব্ৰুগড়ত পৌৰ কৰ্মচাৰীৰ তিনি দিনীয়া ধৰ্মঘট পালন।

সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহবান মৰ্মে ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ৰ সন্মূখত পৌৰ কৰ্মচাৰী সকলে পুৱাৰ পৰা তিনি দিনীয়া ধৰ্মঘট কাৰ্যসুচী পালন কৰে।

উক্ত ধৰ্মঘট কাৰ্সুচীত ডিব্ৰুগড়ৰ পৌৰ কৰ্মচাৰীৰ সকলে তেওঁলোকৰ অনাদায় ধৰমহা আদায় আৰু চাকৰি নিয়মিয়া কৰণ কৰা আৰু বিভিন্ন শ্লগানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলো পৰিলক্ষিত হয়।

Related Articles