বিলাসীপাৰাত চৰকাৰী ভূমিত প্ৰশাসনৰ চলিল উচ্ছেদ অভিযান। বিলাসীপাৰা মহকুমা অন্তৰ্গত শুগুণ মাৰী গাঁৱত পঞ্চায়তৰ শুগুনমাৰী দ্বিতীয় খণ্ড গাঁৱত চলিল এই উচ্ছেদ অভিযান।
প্ৰায় ১৪ বিঘা মাটিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ।

গাঁৱ খনৰ১০ টাকৈ পৰিয়ালৰ গৃহত চলিল এই উচ্ছেদ অভিযান।
বিলাসীপাৰা চক্ৰ বিষয়া ৰূপ কমল ৰাভা আৰু বিলাসীপাৰা আৰক্ষীৰ সহযোগত চলিল এই উচ্ছেদ অভিযান।

