কেন্দ্ৰই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাৰ সময়সীমা নিৰ্ধাৰণ…

কেন্দ্ৰই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। আয়কৰ বিভাগৰ মতে, যদি কোনোৱে ৩১ মাৰ্চ, ২০২৩-ৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰে, তেন্তে পেন কাৰ্ডখন নিষ্ক্ৰিয় কৰা হ’ব।

শনিবাৰে আয়কৰ বিভাগৰ তৰফৰ পৰা দিয়া এক পৰামৰ্শত কোৱা হয়, “ৰেহাই প্ৰাপ্ত শ্ৰেণীৰ বাহিৰে, আয়কৰ আইন, ১৯৬১ অনুসৰি সকলো পেনকাৰ্ড ধাৰকে ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত তেওঁলোকৰ পেন কাৰ্ড বাধ্যতামূলকভাৱে আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। লিংক নকৰা পেন কাৰ্ডবোৰ (আধাৰ কাৰ্ডৰ সৈতে) ১এপ্ৰিল, ২০২৩-ৰ পৰা নিষ্ক্ৰিয় কৰা হ’ব।‘’

Related Articles