উত্তৰ লখিমপুৰ কলেজত অসম কলেজ শিক্ষক সংস্থাৰ ৬৭তম বাৰ্ষিক অধিৱেশন

উত্তৰ লখিমপুৰ কলেজত অসম কলেজ শিক্ষক সংস্থাৰ ৬৭তম বাৰ্ষিক অধিৱেশনৰ উপলক্ষে “কেম্পাছ”ৰ বিশেষ সংখ্যাটোৰ উন্মোচন কৰা হয়।

এই সংখ্যাটোৰ সম্পাদনা সমিতিত :মুখ্য সম্পাদক : ড° অৰবিন্দ ৰাজখোৱা সম্পাদক , ড° পৰেশ খনিকৰ সম্পাদনা সহযোগী , অসীম শইকীয়া কেম্পাছ প্ৰতিনিধি , ৰাতুল কুমাৰ লাহন, পূবালী বৰা, সুৰেশ দেৱনাথ, প্ৰাৰ্থনা দত্ত, শোভাকৃষ্ণা ফুকন, তুলিকা তামুলীক দায়িত্ব দিয়ে। এই সংখ্যাটোৰ সম্পাদনাৰ দৰে গধুৰ দায়িত্ব দিয়াৰ বাবে ড° অৰবিন্দ ৰাজখোৱাক ধন্যবাদ জনাই ড° পৰেশ খনিকৰে।

Related Articles