বিলুপ্ত ৰাজ্যৰ ৪ খনকৈ জিলা…

বিলুপ্তিৰ পথত ৰাজ্যৰ ৪ খনকৈ জিলা। বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰ জিলাত,হোজাই জিলাক পুনৰ নগাঁৱত,বজালী জিলাক বৰপেটা জিলাত আৰু তামুলপুৰ জিলাক বাক্সা জিলাত একত্ৰীকৰণ কৰা হ’ব।দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অলপ দিনৰ বাবেহে লোৱা হৈছে সিদ্ধান্ত।

Related Articles