বিলাসীপাৰাৰ গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতি!

বিলাসীপাৰাৰ এটা গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ।


বিলাসীপাৰাৰ আই ভিৰ পৰা মায়াৰ চৰলৈ য়োৱা গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতিৰ  লৈ ৰাজপথত  উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ ।


অতি নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মাণ  কৰা বাবে স্থানীয় ৰাইজ  ক্ষুব্ধ হৈ ৰাজপথত উত্তাল প্ৰতিবাদ ।


দুৰ্নীতি বন্ধ কৰক, ঠিকাদাৰ ৰাজু বসুমতাৰী হায় হায়,অভিযন্তা আব্দুল ছাত্তাৰ হায় হায়,  গড়কাপ্তানী বিভাগ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগানৰে উত্তাল কৰি তোলে ৰাজপথ ।


অতি শীঘ্ৰে পথটো সংঘটিত হোৱা দুৰ্নীতি তদন্ত আৰু ঠিকাদাৰ অভিযন্তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে।
-জিয়াৰুল আলম

Related Articles