অসমৰ স্বনামধন্য চলচ্চিত্ৰ আৰু মঞ্চাভিনেতা অৰুণ নাথলৈ অসম চৰকাৰৰ ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা

অসমৰ স্বনামধন্য চলচ্চিত্ৰ আৰু মঞ্চাভিনেতা অৰুণ নাথলৈ অসম চৰকাৰৰ ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা।এই বটা লাভ কৰি আনন্দিত হৈ পৰিছে শিল্পী অৰুন নাথ ।

ভবেন্দ্ৰ নাথ শইকীয়াৰ তিনিখন বিখ্যাত ছবিত অভিনয় কৰা অৰুন নাথে প্ৰকাশ কৰিলে প্ৰথম প্ৰতিক্ৰিয়া ।

Related Articles