Breaking

আজি ৰঙিয়া মহাবিদ্যালয়ত প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা প্ৰাক্তন অধ্যক্ষ সমূহক সম্বৰ্ধনা জ্ঞাপন কৰে…

0 65

আজি ৰঙিয়া মহাবিদ্যালয়ত প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ

তৰফৰ পৰা প্ৰাক্তন অধ্যক্ষ মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ নাথ বৰদলৈ ছাৰ

শ্ৰীযুত হৰেন শৰ্মা ছাৰ শ্ৰীযুত হৰেন্দ্ৰ নাথ শৰ্মা ছাৰ ,শ্ৰীযুত জ্যোতিষ চৌধুৰী ছাৰক সম্বৰ্দ্ধনা জনোৱা হয়।

Leave A Reply