January 19, 2023 ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব কাব্যঋষিৰ Share FacebookTwitterWhatsAppTelegramKooEmail ভূতনাথ শ্মশানত আজি ৰাজ্যিক মৰ্যাদাৰে হ’ব নীলমণি ফুকনৰ শেষকৃত্য। ইয়াৰ বাবে চৰকাৰে বহন কৰিব দায়িত্ব। আজি বিয়লি ৩.৫০ বজাত শেষকৃত্য সম্পন্ন হ’ব কাব্যঋষি গৰাকীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম… দৈনন্দিন বাৰ্তা - May 5, 2026 অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ… দৈনন্দিন বাৰ্তা - May 5, 2026 যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী… দৈনন্দিন বাৰ্তা - May 5, 2026