January 22, 2023 ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান। অভিনয় কৰি থাকোতেই মঞ্চত ঢলি পৰিছিল অভিনেতাজন। চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ Author: দৈনন্দিন বাৰ্তা Related Articles ৰাভা দিৱসত কলাগুৰুলৈ একাজলি শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৈনন্দিন বাৰ্তা - June 20, 2026 ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026