January 24, 2023 ‘ভাৰত জোডো যাত্ৰা’ত বাহুবলী ৰুপত ৰাহুল গান্ধীৰ পোষ্টাৰ Share FacebookTwitterWhatsAppTelegramKooEmail জম্মুত ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত দেখা গ’ল ৰাহুল গান্ধীৰ ‘বাহুবলী অৱতাৰ’। যাত্ৰাত বাহুবলী অৱতাৰত ৰাহুলক দেখুওৱা পোষ্টাৰ লৈ এজন ব্যক্তিয়ে হাত পাতিলে। গান্ধীয়েও ব্যক্তিজনৰ লগতে তেওঁৰ পোষ্টাৰখনৰ সৈতে ফটো উঠিল। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026