Breaking

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দুদিন পূৰ্বে কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱা ডলী হাজৰিকাই

0 446

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দুদিন পূৰ্বে কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱা ডলী হাজৰিকাই।

তীব্ৰবেগী এখন বাছে মহটিয়াই নিলে বাইক আৰোহী পিতৃ আৰু কন্যা ডলী হাজৰিকাক , থিতাতে নিহত হয় যুৱ সংবাদকৰ্মী ডলী হাজৰিকা। পিতৃ অৱস্থা সংকটজনক!

লখিমপুৰৰ বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা।

পিতৃৰ সৈতে মাংস কিনিবলৈ যাওঁতেই আল্ট্ৰা বাছে মহতিয়াই পিতৃ-কন্যাক।

ডলী হাজৰিকা গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

Leave A Reply