মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা

অসমৰ এই দুই কন্যা নাম হৈছে উমা চেত্ৰী আৰু জিন্টিমণি কলিতা।

১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া নিলামলৈ নিৰ্বাচিত অসমৰ দুই কন্যা।

Related Articles