Breaking

তুৰস্কৰ ছিৰিয়াৰত পুনৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প

0 55

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি আজি তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়।

ভূমিকম্পৰ ফলত হোৱা কম্পন ইজৰাইলতো অনুভৱ কৰা হৈছিল।

৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত কেইবাটাও কম্পন হৈছিল। সেই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই ৪৭ হাজাৰ অতিক্ৰম কৰিছে।

Leave A Reply