March 17, 2023 লাহৰীঘাটৰ ভূৰাগাঁৱৰ জৰিবৰত অঘটন Share FacebookTwitterWhatsAppTelegramKooEmail লালি বিলৰ পানীত পৰি একে ঘৰৰ দুটি শিশুৰ সলিল সমাধি৷ শিশু দুটি হ’ল শ্বজিনা খাতুন(৪), ছাহিব ইছলাম(২)৷ শিশু দুটি মোমায়েকৰ ঘৰত ফুৰিব আহিছিল৷ শিশু দুটি বৰ হলৌকুন্দা গাঁৱৰ ছাদ্দাম হুছেইনৰ সন্তান ৷ এই ঘটনাই সমগ্ৰ গাওঁখনতে শোকৰ ছাঁ পেলাইছে৷ Author: দৈনন্দিন বাৰ্তা Related Articles লণ্ডনৰ ৰাজপথত মেঘৰঞ্জনীৰ অসমপ্ৰেম: বিতৰ্কৰ নামত সংকীৰ্ণতা নে আমাৰ মানসিক দৈন্যতা? দৈনন্দিন বাৰ্তা - August 7, 2026 চৰকাৰী বান সাহায্যত বিসংগতিঃ বন্যাৰ্তলৈ ১৫ হাজাৰ টকাৰ অনুদান সাময়িকভাৱে স্থগিত দৈনন্দিন বাৰ্তা - August 7, 2026 নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে নেকি শিৱসাগৰ-নাজিৰাবাসীয়ে ? দৈনন্দিন বাৰ্তা - August 7, 2026