অতিৰিক্ত ওজনৰ বাবে চিনেমাৰ পৰা বিদায় ল’লে ৰাধিকা আপ্তে। এতিয়া তৰমুজ খোৱাৰ আৰম্ভ কৰিছে…

অতিৰিক্ত ওজনৰ বাবে চিনেমাৰ পৰা বিদায় ল’লে ৰাধিকা আপ্তে। এতিয়া তৰমুজ খোৱাৰ আৰম্ভ কৰিছে…।ৰাধিকা আপ্তেয়ে অতিৰিক্ত ওজনৰ বাবে এখন ছবিৰ কাম এৰিবলগীয়া হৈছিল। এই কথা অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ১৪ এপ্ৰিলত অ’টিটি প্লেটফৰ্ম জি৫ত মুক্তি পাবলৈ সাজু হৈছে ৰাধিকা আপ্তেৰ আগন্তুক চিনেমা ‘মিচেছ আণ্ডাৰকাভাৰ’। এই ছবিখনৰ জৰিয়তে পুনৰবাৰ নিজৰ অভিনয় দেখুৱাবলৈ সম্পূৰ্ণ সাজু হৈছে ৰাধিকা আপ্তে। ইফালে, ৰাধিকাই প্ৰকাশ কৰিছে যে প্ৰাৰম্ভিক সময়ত অভিনেত্ৰীগৰাকীয়ে অতিৰিক্ত ওজনৰ বাবে এখন ছবি এৰিবলগীয়া হৈছিল।

ৰাধিকা আপ্তেই প্ৰকাশ কৰে যে, ‘যেতিয়া মই ক্ষীণ আছিলো, তেতিয়া মোক কোৱা হৈছিল যে তোমাৰ নাক কিয় জোঙা নহয় আৰু তোমাৰ স্তন কিয় সৰু।’ বহুতে মোৰ শৰীৰক ঠাট্টা কৰিছিল।

Related Articles