April 21, 2023 কংগ্ৰেছ দলৰ পৰা নিলম্বন অংকিতা দত্তক Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰ ভুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্য়ক্ত কৰিছে এই কথা। কিছু সময় পূৰ্বে একাংশ সংবাদ মাধ্যমত অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ খবৰ বিয়পি পৰিছিল। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বান-সাহাৰ্য্যক ৰাজনীতি কৰণ নকৰিব, অন্যথা কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হবঃ আলফা(স্বাধীন) দৈনন্দিন বাৰ্তা - August 10, 2026 শিৱসাগৰৰ বেতবাৰীত গৰিমা গাৰ্গঃ জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাৰ সহযোগত সাহায্য বিতৰণ দৈনন্দিন বাৰ্তা - August 10, 2026 অস্তিত্বৰ সংকটত ঐতিহাসিক দৰিকাৰ শিলৰসাঁকোঃ আমাৰ ঐতিহ্যৰ সুৰক্ষা আৰু পুৰাতত্ত্ব বিভাগৰ ভূমিকা দৈনন্দিন বাৰ্তা - August 9, 2026