October 16, 2020 জনপ্ৰিয় শিল্পী কুমাৰ চানু কোৰোনাত আক্ৰান্ত Share FacebookTwitterWhatsAppTelegramKooEmail ডিজিটেল ডেস্কঃ জনপ্ৰিয় শিল্পী কুমাৰ চানু আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমান হোম কোৱাৰেন্টাইনত থকা শিল্পীগৰাকী নিজৰ ফেচবুক পেইজত কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে৷ শিল্পীগৰাকীৰ বিভিন্নজন অনুৰাগীয়ে তেওঁ আশু আৰোগ্য কামনা কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles এছএছবিৰ জোৱানসকলৰ কল্যাণৰ বাবে লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ ফালৰ পৰা ৱাটাৰ কুলাৰ প্ৰদান ।PARAM দৈনন্দিন বাৰ্তা - June 29, 2026 তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাৰ দৈনন্দিন বাৰ্তা - June 29, 2026 প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ দৈনন্দিন বাৰ্তা - June 29, 2026