আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী…

আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী। আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী। প্ৰতিবছৰে পালন কৰা হয় স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যু বাৰ্ষিকী দিৱস।

এইবাৰ গুৱাহাটী মহানগৰৰ মটক জনগোষ্ঠীৰ উদ্যোগত ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী দিৱসটো আজি দিছপুৰস্থিত লোকনিমাৰ্ণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এই অনুষ্ঠানটো। এই বৰ্ণাঢ্য অনুষ্ঠানটিত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।

Related Articles