Breaking

ৰে’ল দুৰ্ঘটনাত দুয়োখন ভৰি আৰু এখন হাত হেৰুৱা সুৰজ তিৱাৰী ইউপিএছচিৰ ফলাফলত ৯১৭ নম্বৰ স্থানেৰে উত্তীৰ্ণ…

0 105

সন্মুখৰ পথ যিমানেই জটিল নহওক কিয়, চেষ্টা কৰোঁতাজন কেতিয়াও থমকি নৰয় ৷ আমি একো নাই নাই বুলি চিঞৰি থকিলেই বা ছ’চিয়েল মিডিয়াত লিখি থাকিলেই কিবা হ’ব জানো? হাতে-কামে নালাগিলে কোনেও আমাক একো নিদিয়ে ৷সুৰজ তিৱাৰী নামৰ উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ এই যুৱকজনে ৰে’ল দুৰ্ঘটনাত দুয়োখন ভৰি আৰু এখন হাত হেৰুৱাইছিল ৷ কিন্তু এই ভয়ংকৰ পৰিস্থিতিত তেওঁ মানসিকভাৱে ভাগি নপৰিল ৷ কালি ঘোষিত ইউপিএছচিৰ ফলাফলত তেওঁ ৯১৭ নম্বৰ স্থানেৰে উত্তীৰ্ণ হয় ৷ তেওঁ সকলোৰে বাবে প্ৰেৰণাৰ উৎস ৷

গতিকে কাম কৰা দৃঢ় মনেৰে, তেতিয়া আনৰ হাতলৈ-মুখলৈ চাবলৈ অৱকাশেই নাথাকিব ৷

উৎসঃ ফেচবুক

Leave A Reply