কেদাৰনাথ ধাম দৰ্শন কৰি পূজা আগবঢ়ালে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে…

কেদাৰনাথ ধাম দৰ্শন কৰি পূজা আগবঢ়ালে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে।

শ্বুটিঙৰ বাবে অক্ষয় কুমাৰ ডেৰাডুনলৈ গৈছে। মঙলবাৰে কেদাৰনাথ ধামলৈ ৰাওনা হয় অভিনেতা অক্ষয় কুমাৰ।
বলীউডৰ অভিনেতা অক্ষয় কুমাৰ কেদাৰনাথ ধামত উপস্থিত হৈ পূজা কৰে। লগতে কেদাৰনাথ অঞ্চল পৰিদৰ্শন কৰে।

Related Articles